শিলাস্তম্ভ °°°°°°°°°°° ✍️জাহ্নৱী কাকতি : "আছে সুখ-দুখ শৰীৰৰ প্ৰতি, তাক খণ্ডাব কাৰ বাপৰ শকতি"। হেৰোৱালোঁ বুলি জনাৰ বহু আগতেই হেৰাই যায় সেই সকলোবোৰ যিটো এদিন নিশ্চিত বুলি ধৰি লোৱা হৈছিল। এই যে প্ৰাৰ্থনা এটাক তেজত কঢ়িয়াই লৈ ফুৰাৰ পাছতো মন্দিৰ বিচাৰি বিচাৰি ঢপলিয়াই বুজে জানো সেই ব্যথা বুকুত খোপনি পোতা শিলৰ দেৱতাই অহাৰ বাটত লিখা থাকে উভটি যোৱাৰ কথা হাতে হাতে একোখন বিচ্ছেদৰ ৰঙা পতাকা! টোকা: ওপৰৰ শাৰী দুটা যোজনা
Comments
Post a Comment